শুভ মুক্তিৰ পথত সম্পূৰ্ণ নতুন ৰূপত শ্লোক, গীত, বাদ্যৰ এক অনুপম সংৰচনা - বীক্ষ্যেন্দু মণ্ডলম



শুভ মুক্তিৰ পথত

সত্ৰীয়া শিল্পী সকলৰ বাবে সুখৱৰ

অনুধৃতি মহন্ত আৰু নিয়ৰ বৰবৰুৱাৰ কণ্ঠেৰে, মানসজ্যোতি কাকতিৰ ভায়লিন, হৰি শইকীয়া বৰবায়নৰ খোল আৰু প্ৰতীম গগৈৰ বাঁহী বাদনৰে সম্পূৰ্ণ নতুন ৰূপত শ্লোক, গীত, বাদ্যৰ এক অনুপম সংৰচনা - ‘বীক্ষ্যেন্দু মণ্ডলম’।

Post a Comment

0 Comments